আহমেদাবাদত নিশা মোদীৰ বিশাল ৰোড শ্ব’

ডিজিটেল ডেস্কঃ গুজৰাট মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পূৰ্বে আহমেদাবাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী৷ নিশা মহানগৰীখনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰে এক বিশাল ৰোডশ্ব’ত৷

পথৰ দুয়ো কাষে উপস্থিত থকা অজস্ৰ লোকে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণী জনাই৷ সোমবাৰে প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকিব গুজৰাটৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত৷

AhmedabadDA News PlusGujarat
Comments (0)
Add Comment