ডিজিটেল ডেস্কঃ ৮টা ইউটিউব চেনেল, ১টা ফেইচবুক চেনেলক নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ। নিষিদ্ধ কৰা ইউটিউব চেনেলকেইটাৰ ৭টা ভাৰতৰ, এটা পাকিস্তানৰ। নিষিদ্ধ লোকতন্ত্ৰ টিভি, ইউ এন ভি টিভি, এ এম ৰাছভি চেনেল
গৌৰৱশালী পৱন মিথিলাঞ্চল, ছি টপ ফিফ্ট, ছি টপ ফিফ্টকো নিষিদ্ধ। নিষিদ্ধ কৰা হ’ল ছবকুছ দেখো
পাকিস্তানৰ ‘নিউজ কি দুনিয়া’কো নিষিদ্ধ কেন্দ্ৰৰ। ভাৰতবিৰোধী ভুৱা বাতৰি প্ৰচাৰৰ বাবে এই নিষেধাজ্ঞা।