কেন্দ্ৰই কিয় নিষিদ্ধ কৰিলে ৮টা ইউটিউব চেনেল আৰু ১টা ফেইচবুক চেনেলক?

ডিজিটেল ডেস্কঃ ৮টা ইউটিউব চেনেল, ১টা ফেইচবুক চেনেলক নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ। নিষিদ্ধ কৰা ইউটিউব চেনেলকেইটাৰ ৭টা ভাৰতৰ, এটা পাকিস্তানৰ। নিষিদ্ধ লোকতন্ত্ৰ টিভি, ইউ এন ভি টিভি, এ এম ৰাছভি চেনেল
গৌৰৱশালী পৱন মিথিলাঞ্চল, ছি টপ ফিফ্ট, ছি টপ ফিফ্টকো নিষিদ্ধ। নিষিদ্ধ কৰা হ’ল ছবকুছ দেখো
পাকিস্তানৰ ‘নিউজ কি দুনিয়া’কো নিষিদ্ধ কেন্দ্ৰৰ। ভাৰতবিৰোধী ভুৱা বাতৰি প্ৰচাৰৰ বাবে এই নিষেধাজ্ঞা।

BannedDA News PlusFacebookYoutube
Comments (0)
Add Comment