দিনক দিনে বাঢ়িছে ক’ভিড, পুনৰ হ’ব Lockdown!

ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ
বৃহস্পতিবাৰে ২৭৩গৰাকী আক্ৰান্ত ক’ভিডত
কালি ক’ভিডত আক্ৰান্ত এজন লোকৰ মৃত্যু
কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১০০গৰাকী আক্ৰান্ত
কামৰূপ জিলাত আক্ৰান্ত ৪৬গৰাকী
কালিৰ দিনটোত ২,৬৩১গৰাকীৰ ক’ভিড টেষ্ট
পজিটিভিটিৰ হাৰ ১০.৩৮%

CovidDA News Plus
Comments (0)
Add Comment