- ভাৰতত যৌনতাৰ বেহাক দিয়া হ’ল বৈধতা
- সৰ্বোচ্চ ন্যায়ালয়ে দিলে এক ঐতিহাসিক ৰায়
- দেহ ব্যৱসায়ক এটা বৃত্তি বুলি স্বীকৃতি ন্যায়ালয়ৰ
- প্ৰাপ্তবয়ষ্কসকলৰ যৌন বৃত্তিক বৈধতা প্ৰদান ন্যায়ালয়ৰ
- যৌন বৃত্তিত হস্তক্ষেপ কৰিব নোৱাৰিব আৰক্ষীয়ে
- যৌন বৃত্তিৰ ক্ষেত্ৰত ৰুজু নহ’ব কোনো অপৰাধজনিত গোচৰ
- আইনৰ দৃষ্টিত যৌন কৰ্মীসকলেও পাব লাগে সমান সুৰক্ষা
- ন্যায়াধীশ এল নাগেশ্বাৰা ৰাৱৰ নেতৃত্বত ৩জনীয়া বিচাৰপীঠৰ এই ৰায়