আজি ১ মে’, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

ডিজিটেল ডেস্কঃ আজি ১ মে’, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস৷ দেশ-বিদেশৰ বিভিন্ন ঠাইত আজি উদযাপন কৰা হৈছে এই দিৱস৷ অসমতো বিভিন্ন শ্ৰমিক সংগঠনে আয়োজন কৰিছে শ্ৰমিক দিৱসৰ অনুষ্ঠান৷ মূল্যবৃদ্ধি, কৰ্মহীনতা, গণতান্ত্ৰিক অধিকাৰ খৰ্ব আদি নানা সমস্যাৰ মাজতে আয়োজন কৰা হৈছে শ্ৰমিক দিৱসৰ অনুষ্ঠানৰ৷

DA News PlusInternationalLabour DAY
Comments (0)
Add Comment