১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হ’ব হাতী ছাফাৰী…

ডিজিটেল ডেস্ক: ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হ’ব হাতী ছাফাৰী৷ ১৫ মে’ৰ পৰা বন্ধ হ’ব জীপ ছাফাৰী৷ অৱশ্যে বতৰৰ ওপৰত ভিত্তি কৰি ১৫ মে’ৰ পূৰ্বেও বন্ধ কৰা হ’ব পাৰে জীপ ছাফাৰী৷ আসন্ন বাৰিষাৰ বাবে জাননীযোগে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

AssamElephant SafariKaziranga National Park
Comments (0)
Add Comment