মহানগৰীৰ ছয়মাইল স্থিত হলিষ্টিক ফিজিও থেৰাপী আৰু ৱেল নেষ্ট চেণ্টাৰত প্ৰশিক্ষিণ কেন্দ্ৰৰ আয়োজন

ডিজিটেল ডেস্কঃ মহানগৰী ছয়মাইল স্থিত পেৰা মাউন্ত বিল্ডিঙৰ হলিষ্টিক ফিজিও থেৰাপী আৰু ৱেল নেষ্ট চেণ্টাৰত প্ৰশিক্ষিণ কেন্দ্ৰৰ আয়োজন । মিনিস্ত্ৰী অফ ছোচিয়েল এম্পাৱাৰ এণ্ড জাষ্টিচ ৰ উদ্যাগত আৰু হিলিষ্টিক ফিজিও থেৰাপিৰ সহযোগত অনুষ্ঠিত কৰা হয় এই শিবিৰৰ। শিবিৰত অৰ্ধশতাধিক দিব্যাঙ্গ শিশুক বিনামূলীয়া কৈ চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক এই শিশু সকলক ছেৱা চিতা কৰা সন্দৰ্ভত প্ৰশিক্ষনো প্ৰদান কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে দিছ্পুৰ পলিক্লিনিক হাস্পাতালৰ পৰিচালন সঞ্চালক তথা চিকিৎসক ডঃ নীলিম কুমাৰ ডেকা আৰু শিশু ৰুগ বিশেষজ্ঞ ডঃ প্ৰকৃতিশ বৰা।

AssamDA News Plus
Comments (0)
Add Comment