দিনৰ ১২.১৫ বজালৈকে ৫ ৰাজ্যৰ ক’ত কোন আগবাঢ়ি আছে?

  • ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল নিশ্চিত হোৱাৰ পথত
  • উত্তৰ প্ৰদেশত পুনৰ যোগীৰ চৰকাৰ প্ৰায় নিশ্চিত
  • ২৬৪খন আসনত অগ্ৰগতি বিজেপিৰ
  • সমাজবাদী পাৰ্টীয়ে অগ্ৰগতি লৈছে ১২৮খনত
  • মণিপুৰতো বিজেপিয়ে পুনৰ ক্ষমতা দখলৰ ইংগিত
  • বিজেপিয়ে ২৬খন আসনত অগ্ৰগতি লাভ কৰিছে
  • মণিপুৰত কংগ্ৰেছ ১১, এন পি পিৰ ৯খনত অগ্ৰগতি
  • পঞ্জাবত চমকপ্ৰদ উত্থান আপৰ
  • কংগ্ৰেছক উৎখাত কৰি চৰকাৰ গঠনৰ দিশে আপ
  • পঞ্জাবত ৮৯খন আসনত অগ্ৰগতি লৈছে আপে
  • বিপৰীতে ১৮খন আসনতহে কংগ্ৰেছৰ অগ্ৰগতি
  • পঞ্জাবত একপ্ৰকাৰ ধূলিসাৎ বিজেপি
  • কেৱল ৩খন আসনত বিজেপিৰ অগ্ৰগতি
  • উত্তৰাখণ্ডত আগবাঢ়িল বিজেপি
  • ৪৬খন আসনেৰে দৌৰত আগবাঢ়িছে বিজেপি
  • কংগ্ৰেছ ২১খনত অগ্ৰগতিৰে আছে ২য়ত
  • গোৱাতো বিজেপিৰ সম্ভাৱনা প্ৰৱল
  • ২০খন আসনত বিজেপিয়ে লৈছে অগ্ৰগতি
  • গোৱাত কংগ্ৰেছ আছে ২য় স্থানত
  • ১১খন আসনৰ অগ্ৰগতিৰে কংগ্ৰেছ ২য় স্থানত
DA News PlusElectionPunjab
Comments (0)
Add Comment