IPL-২০২২ৰ খেলুৱৈৰ নিলাম,আজিৰে পৰা দুদিনীয়াকৈ এই নিলাম

ডিজিটেল ডেস্কঃ IPL-২০২২ৰ খেলুৱৈৰ নিলাম ৷ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হ’ব এই নিলাম ৷ ৫৯০জন খেলুৱৈৰ নিলাম হ’ব IPL-২০২২ৰ বাবে ৷ এই খেলুৱৈসকলৰ ৩৭০জন ভাৰতৰ আৰু ২২০জন বিদেশী খেলুৱৈ ৷ IPLৰ দহোটা দলে আজিৰে পৰা বিভিন্ন তাৰকা খেলুৱৈক নিজ নিজ দলত অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা চলাব এই নিলামত ৷ পূৰ্বৰ ৮ দলে ইতিমধ্যেই নিজ নিজ দলত ৰখা পূৰ্বৰ খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে ৷ দুই নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু গুজৰাট টাইটানছেও প্ৰকাশ কৰিছে নিজৰ পৰিকল্পনা ৷

DA News PlusIPL
Comments (0)
Add Comment