ঘূৰি আহিছে ভাল দিন!দেশত ক্ৰমাৎ নিম্নগামী ক’ৰোনাৰ সংক্ৰমণৰ হাৰ

ডিজিটেল ডেস্কঃ লাহে লাহে কমি আহিছে ক’ভিডত আক্ৰান্তৰ হাৰ।বৃহস্পতিবাৰে দেশত আক্ৰান্ত ৩.৮৯ শতাংশলৈ হ্ৰাস। বুধবাৰে সংক্ৰমণৰ হাৰ আছিল ৪.৪৪ শতাংশ। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত ৫৮,০৭৭জন লোক। দিনটোত ক’ভিড আক্ৰান্ত হৈ মৃত্যু ৬৫৭জনৰ। এটা দিনত ক’ভিডমুক্ত ১ লাখ ৫০ হাজাৰ ৪০৭জন।

CovidDA News PlusUpdate
Comments (0)
Add Comment