ঘূৰি আহিছে ভাল দিন!দেশত ক্ৰমাৎ নিম্নগামী ক’ভিড সংক্ৰমণৰ হাৰ

ডিজিটেল ডেস্কঃ দেশত লাহে লাহে হ্ৰাস পাইছে ক’ভিড সংক্ৰমণৰ হাৰ।২৪ ঘণ্টাত দেশত ০.৪৮ শতাংশ হ্ৰাস আক্ৰান্ত লোকৰ হাৰ।মঙলবাৰে সংক্ৰমণৰ হাৰ ৪.৫৪ শতাংশলৈ হ্ৰাস।সোমবাৰে আক্ৰান্তৰ হাৰ আছিল ৫.০২ শতাংশ।২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত ৭১,৩৬৫জন লোক।দিনটোত ক’ভিড আক্ৰান্ত হৈ মৃত্যু ১,২১৭জনৰ।এটা দিনত ক’ভিডমুক্ত ১ লাখ ৭২ হাজাৰ ২১১জন

CovidDA News PlusUpdate
Comments (0)
Add Comment