আজি অভিষেক বচ্চনৰ জন্মদিন: উপহাৰ দিলে নতুন ছবি

ডিজিটেল ডেস্ক: বলীউডৰ খ্যাতনামা অভিনেতা অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনৰ ৪৬ সংখ্যক জন্মদিন। তেওঁৰ ৪৬ সংখ্যক জন্মদিনৰ দিনাই ইনষ্টাগ্ৰামত ছবি নিৰ্মাতা আৰ বালকীৰ সহযোগিতাত নিৰ্মিত ‘ঘোমৰ’ ছবিৰ কথা ঘোষণা কৰে।

অতি শীঘ্ৰেই এই ছবিৰ শ্বুটিঙ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে অভিনেতা অভিষেক বচ্চনে। তেওঁ লগতে কয় ইয়াতকৈ ভাল জন্মদিনৰ উপহাৰ আৰু একো হব নোৱাৰে।

Abhishek bachchanBirthdayDA News Plus
Comments (0)
Add Comment