জনপ্ৰিয় অভিনেতা জেকি শ্ৰফৰ জন্মদিনত কি ক’লে পুত্ৰ টাইগাৰে

ডিজিটেল ডেস্কঃ আজি নব্বৈ দশকৰ খ্যাতিমান অভিনেতা জেকি শ্ৰফৰ জন্মদিন। পিতৃৰ জন্মদিনত বলীউডৰ তাৰকা টাইগাৰ শ্ৰফেও জেকি শ্ৰফৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি শুভেচ্ছা জনায়। টাইগাৰ শ্ৰফে লিখে, ‘ Happy 18th Birthday to the best dad. Love you so much . God bless You always with the best health . Hope I manage to make you a little more proud this year the way I’m so proud to be your son. #ultimatehero’.

নব্বৈ দশকৰ জনপ্ৰিয় অভিনেতা জেকি শ্ৰফে বহুকেইখন ছুপাৰহিট ছবি চলচ্চিত্ৰ প্ৰেমীসকলক উপহাৰ দিছিল। তাৰে ভিতৰত ‘হিৰ’, ‘ৰাম-লক্ষ্মণ’, ‘দুধ কা কৰ্জ’ লেখতলবলগীয়া।

BirthdayDA News PlusJackie_ShroffTiger_Shroff
Comments (0)
Add Comment