বলিউদ প্ৰেমীসকলৰ বাবে সুখবৰ।আহি আছে নতুন ছবি ‘গহৰাইয়াঁ’

ডিজিটেল ডেস্কঃ বলিউদত আহি আছে দিপীকা অভিনীত নতুন ছবি ‘গহৰাইয়াঁ’। ছবিখনৰ প্ৰমোচনত এতিয়া ব্যস্ত মোহময়ী তাৰকা দীপিকা পাডুকন আৰু ছবিখনত অভিনয় কৰা অন্যান্য তাৰকাসকল৷

বিগ বছৰ গ্ৰেণ্ড ফিনালেৰ পূৰ্বে ৰিয়েলিটী শ্ব’টোৰ শ্বুটিং কৰা ঘৰত দেখা গ’ল দীপিকা পাডুকনৰ লগতে সিদ্ধান্ত চুতুৰ্বেদী আৰু অন্যান্য পাণ্ডেক৷ লগতে দেখা গ’ল বিগ বছৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা শিল্পা চেট্টীকো৷

জানিবপৰা মতে, শকুন বাত্ৰাই পৰিচালনা কৰা গহৰাইয়াঁ ছবিখনে মুক্তি পাব ১১ ফেব্ৰুৱাৰীত৷ ইফালে ছবিখনত দিপীকাৰ বিপৰীতে দেখিবলৈ পোৱা যাব ‘গ’লি বয়’ অভিনীত সিদ্ধান্ত চুতুৰ্বেদীক। এই ছবিখনক লৈ এতিয়া উৎকণ্ঠা বাঢ়িছে বলিউদ প্ৰেমীসকলৰ মাজত।

BollywoodDA_News_PlusGehraiyaanMovie_Release
Comments (0)
Add Comment