বিবাহ পাশত আৱদ্ধ হল জনপ্ৰিয় অভিনেত্ৰী মৌনী ৰয়, দৰা কোন?

ডিজিটেল ডেস্কঃ ব্যৱসায়ী সুৰজ নামবিয়াৰ সৈতে দীৰ্ঘ দিন ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়। গোৱাত মালয়ালী ৰীতিৰে সম্পন্ন হয় বিবাহ খন। জনপ্রিয় ধাৰাবাহিক কৃষ্ণতুলসি, কিওকি সাস ভি কভি বহু থি,দেবো কে দেৱ…মহাদেৱ-ত সতী চৰিত্ৰ লগতে নাগিনৰ শিবান্যাৰ চৰিত্ৰৰ বাবেই মৌনী ৰয় পৰিচিত। 2014 চনৰ ‘ঝলক দিখলা জা’-ত এগৰাকী প্রতিযোগী আৰু ফাইনেলিষ্ট আছিল মৌনী। বৰ্তমান সামাজিক মাধ্যমত খলকনি তুলিছে অভিনেত্ৰী গৰাকীৰ বিবাহৰ ছবিয়ে।

#EntertainmentDA News PlusMarriageMouny Roy
Comments (0)
Add Comment