দেশৰ প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱসৰ প্ৰস্তুতি

ডিজিটেল ডেস্ক: ৰাজধানী দিল্লীৰ সমান্তৰালকৈ দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি৷ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান৷

এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এতিয়া অনুশীলন কৰি আছে খানাপাৰাত৷

DA News PlusRepublic Day
Comments (0)
Add Comment