ক’ভিডত আক্ৰান্ত সুকণ্ঠী লতা মংগেশকাৰ

ডিজিটেল ডেস্কঃ ক’ৰোনাত আক্ৰান্ত কোকিলকণ্ঠী লতা মংগেশকাৰ। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালৰ ICUত চিকিৎসাধীন কণ্ঠশিল্পীগৰাকী। জানিবপৰা মতে, তেওঁ ক’ভিডৰ লগতে আন বহু ৰোগতো আক্ৰান্ত হৈ আছিল। বৰ্তমান ৯২ বছৰীয়া গায়িকাগৰাকীক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।


ইফালে, সুকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে সমগ্ৰ ভাৰতবাসীয়ে।

COVID_PositiveDA_News_PlusLata_Mangeshkar
Comments (0)
Add Comment