এডিলেইড আন্তঃৰাষ্ট্ৰীয় টেনিছত ভাৰতীয় খেলুৱৈৰ সাফল্য

ডিজিটেল ডেস্কঃ এডিলেইড আন্তঃৰাষ্ট্ৰীয় টেনিছত ৰোহন বোপান্না আৰু ৰামকুমাৰ ৰামনাথনৰ জয়৷ শীৰ্ষ বাছনিৰ খেলুৱৈ আইভান দ’দিগ আৰু মাৰ্ছেল’ মেলোৰ যুটীক পৰাস্ত কৰি এই টুৰ্নামেণ্টৰ ডাবলছৰ খিতাপ জয় কৰিলে ভাৰতৰ বোপান্না-ৰামনাথনৰ যুটীয়ে৷ ৭-৬, ৬-১ ছেটৰ ব্যৱধানত বোপান্না-ৰামনাথনৰ যুটীয়ে পৰাস্ত কৰে আইভান দ’দিগ আৰু মাৰ্ছেল’ মেলোৰ যুটীক৷

#DA_News_PlusAdelaide_InternationalDoubles_titleWin
Comments (0)
Add Comment