বন্ধ হ’ব পুৰীৰ জগন্নাথ ধাম

ডিজিটেল ডেস্কঃ ভাৰতত দিনক দিনে ক’ৰনাৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। ক’ৰনাৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশৰ কেইবাখনো ৰাজ্যত কঠোৰ নিশেধাজ্ঞা আৰোপ কৰিছে।

ইফালে, ১০ জানুৱাৰীৰ পৰা ভক্তৰ বাবে বন্ধ হ’ব পুৰীৰ জগন্নাথ ধাম। ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে ওড়িশা প্ৰশাসনৰ এই সিদ্ধান্ত। উল্লেখ্য যে, ৩১ জানুৱাৰীলৈ বন্ধ থাকিব পুৰীৰ জগন্নাথ ধাম।

#DA_News_PlusClosedCovid_casesPuri_Jagannath_temple
Comments (0)
Add Comment