চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ! মুক্তিৰ পথত ‘চকদা এক্সপ্ৰেছ’

ডিজিটেল ডেস্কঃ মুকলি হ’ল অনুষ্কা শৰ্মা অভিনীত ‘চকদা এক্সপ্ৰেছ’ ৰ ট্ৰেইলাৰ। ছবিখন ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ প্ৰাক্তন অধিনায়িকা ঝুলন গোস্বামীৰ জীৱনৰ আধাৰক লৈ নিৰ্মিত।

অভিনেত্ৰীগৰাকীয়ে ঝুলন গোস্বামীক প্ৰশংসা কৰি লিখে, “ছবিখনত আপোনাৰ চৰিত্ৰত অভিনয় কৰিবলৈ পোৱাটো এটা সন্মানৰ কথা। মই আপোনাৰ এই সাহসী জীৱনক লৈ উৎসাহী। সমগ্ৰ ভাৰতবাসীয়ে জনাটো আৰু দেখাটো দৰকাৰ যে আপুনি দেশৰ বাবে কি কি কৰিছে।”

#Anushka_SharmaBollywoodChakda_ExpressDA_News_PlusOfficial_Trailer
Comments (0)
Add Comment