দুৰ্ঘটনাত পতিত ‘বচপন কা প্যাৰ’ খ্যাত সহদেৱ

ডিজিটেল ডেস্কঃ ছছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা ‘বচপন কা প্যাৰ’ গীতটি হয়তো আপুনিও শুনিছে। গীতটিৰ আঁৰত আছিল সহদেৱ দিৰ্ডো নামৰ এটি শিশু। কিন্তু দুখৰ বিষয়, দু্ৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আহত হয় সহদেৱ। ছত্তিছগড়ৰ ডিম্ৰাপাল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে শিশুটি। চিকিৎসালয়ৰ অধীক্ষক ডাঃ টিঙ্কু সিঙে সদৰি কৰা মতে সহদেৱৰ অৱস্থা বৰ্তমান কিছুপৰিমাণে সুস্থিৰ। উল্লেখ্য যে, বলীউডৰ গায়ক বাদশ্বাহে সহদেৱৰ গীতটি ৰিমেক কৰিছিল

AccidentDA News PlusSehdev Dirdo
Comments (0)
Add Comment