দিল্লীত পুনৰ সান্ধ্য আইন

ডিজিটেল ডেস্কঃ দিল্লীত কভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সোমবাৰৰ পৰা বলৱৎ হোৱাকৈ ৰাতি ১১ বজাৰপৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন ঘোষণা কৰিছে। জানিবপৰা মতে, দিল্লীত যোৱা ২৪ ঘণ্টাত কভিড-১৯ৰ ২৯০ টা নতুন সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ লগত সংগতি ৰাখিয়েই দিল্লী চৰকাৰে দেশৰ ৰাজধানী খনত জাৰি কৰিছে সান্ধ্য আইন।

covid-19DA_News_PlusDelhi
Comments (0)
Add Comment