আজি অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিন

ডিজিটেল ডেক্সঃভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি ৯৭ সংখ্যক জন্মদিন। তেখেতৰ জন্ম হৈছিল ২৫ ডিচেম্বৰ, ১৯২৪চনৰ মধ্য প্ৰদেশৰ গোৱালিয়ৰত। তেওঁ এজন স্পষ্টবাদী নেতা আছিল।বাজপেয়ী RSS ৰো এজন সক্ৰিয় সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টীৰ এইগৰাকী মহান নেতাৰ জন্মদিনত আজি সমগ্ৰ ভাৰতবাসীয়ে তেওঁক স্মৰণ কৰাৰ লগতে গভীৰ শ্ৰন্ধাঞ্জলী জ্ঞাপন কৰে। উল্লেখ্য যে, ১৯৯৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিবাৰ্চিত হৈছিল।

#Atol_Bihari_Vajpayee#DA_News_Plus
Comments (0)
Add Comment