বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী! দেশৰ ১৪খন ৰাজ্যত শীততাপ বৃদ্ধিৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২দিনৰ ভিতৰত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পূৱ মধ্যপ্ৰদেশ, চত্তীছগড় আৰু ওড়িশাৰ বিভিন্ন এলেকাত শীতৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। অন্যহাতে, পাঞ্জাৱ, হাৰিয়ানা, পূৱ ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বিভিন্ন এলেকাৰ লগতে তেলেংগানা, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ গংগাৰ ওচৰৰ এলেকাসমূহত অহা ২৪ ঘণ্টাত শীতৰ মাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সাৱধানবাণী।

#DA_News_Plus#Weather
Comments (0)
Add Comment