ED ৰ চমন জাৰি অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ

ডিজিটেল ডেস্কঃED ৰ বিশ্ববিখ্যাত পানামা পেপাৰ্ছ ফাদিল গোচৰত বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ চমন জাৰি কৰা হৈছে। অভিনেত্ৰী গৰাকীক ২০ ডিচেম্বৰত মতামতৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ জনাবলৈ এজেঞ্চিয়ে চমন জাৰি কৰিছে। উল্লেখ্য যে, EDয়ে পানামা পেৰ্পাছ গোচৰত ধন আত্মসাতৰ গোচৰ ৰুজু কৰিছিল।

#Aishwarya_Rai#DA_News_Plus
Comments (0)
Add Comment