বিবাহ পাশত আবদ্ধ হ’ল সৰু পৰ্দাৰ অভিনেত্ৰী অংকিতা লোখাণ্ডে

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল অভিনেত্ৰী অংকিতা লোখাণ্ডে। অভিনেত্ৰী গৰাকীয়ে তেঁওৰ অনুৰাগীসকলক উদ্দেশ্যে ইনষ্টাগ্ৰামত ফটোসহ এনেদৰে লিখে: “Love is patient but we’re not. Surprise! We’re now officially Mr & Mrs Jain!”

উল্লেখ্য যে জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তাৰ’ জৰিয়তে টিভি জগতলৈ অহা অভিনেত্ৰী গৰাকীয়ে পিছলৈ কেইবাখনো বলিউডৰ ছবিত অভিনয়ৰ জৰিয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Ankita LokhandeDA News Plus
Comments (0)
Add Comment