শত্ৰুঘ্ন সিন্হাৰ জন্মদিনত কি ক’লে জীয়ৰী সোনাক্ষীয়ে?

ডিজিটেল ডেস্কঃআজি বলিউডৰ প্ৰসিদ্ধ অভিনেতা শত্ৰুঘ্ন সিন্হাৰ জন্মদিন। ৭৬ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা গৰাকীয়ে। পিতৃৰ জন্মদিনত জীয়ৰী সোনাক্ষী সিন্হাই তেখেতৰ ইনষ্টাগাম একাউণ্টৰ জৰিয়তে এক আন্তৰিক বাৰ্তা প্ৰেৰণ কৰে।

সোনাক্ষীয়ে লিখিছে “Happy Birthday to the bigboss man!Love you papa,”। অভিনেত্ৰী গৰাকীয়ে পিতৃ-মাতৃৰ সৈতে তেখেতৰ এখন আকৰ্ষণীয় ফ’টোও শ্বেয়াৰ কৰিছে।

#DA_News_Plus#Satrughan_sinha#Sonakshi_sinha
Comments (0)
Add Comment