ভাৰতত অ’মিক্ৰণৰ তৃতীয়টো ঘটনা

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে অ’মিক্ৰণে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে শেহতীয়াকৈ ভাৰতত অ’মিক্ৰণৰ তৃতীয়টো ঘটনা চিনাক্ত কৰা হৈছে। গুজৰাটৰ জামনগৰত পোহৰলৈ আহিছে অ’মিক্ৰণৰ তৃতীয়টো ঘটনা।

জিম্বাৱেৰ পৰা সংক্ৰমিত লোকগৰাকী ভাৰতলৈ আহিছিল। ইয়াৰ পূৰ্বে কৰ্ণাটকত ২টা ঘটনা পোহৰলৈ আহিছিল।

#DA_News_Plus#India#Omicron
Comments (0)
Add Comment