ধোঁৱা, ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিছে দিল্লীৰ আকাশ

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ এতিয়াও অতি উদ্বেগজনক হৈয়েই আছে ৷ ধোঁৱা আৰু ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিছে দিল্লীৰ আকাশ৷ আজি বায়ু গুণমান সূচক হৈছেগৈ ৩৪৭ ৷ যোৱা ৮দিন ধৰি দিল্লীত বিৰাজ কৰি আছে এই পৰিস্থিতিয়ে ৷ দেৱালীৰ পিছৰে পৰাই দিল্লীত বাঢ়ি আছে বায়ু প্ৰদূষণ ৷

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভালেমান নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী চৰকাৰে ৷ অৱশ্যে দেওবাৰৰ পৰা পৰিস্থিতি কিছু উন্নত হোৱাৰ আশা কৰিছে চৰকাৰে ৷

DA News PlusDelhi Pollution
Comments (0)
Add Comment