তৃতীয়বাৰৰ বাবে দেশৰ ভিতৰত স্বচ্ছ ৰাজ্যৰ খিতাপ লাভ ছত্তীশগড়ৰ

ডিজিটেল ডেস্ক: একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ ভিতৰত স্বচ্ছ ৰাজ্যৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ছট্টিশগড়। ইয়াৰ পূৰ্বে ৰাজ্যখনে ২০১৯ আৰু ২০২০ বৰ্ষতো দেশৰ ভিতৰত স্বচ্ছ  ৰাজ্যৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

২০ নৱেম্বৰ অৰ্থাৎ শনিবাৰে দিল্লীত অনুষ্ঠিত “স্বচ্ছ অমৃত মহোসৱ”ত এই সন্মান প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। 
ইয়াৰোপৰি দেশৰ প্ৰথম মুকলি শৌচ মুক্ত (অ’ডিএফ) ৰাজ্য বুলিও ঘোষণা কৰা হৈছে ছট্টিশগড়ক।

ChhattisgarhDA News Plus
Comments (0)
Add Comment