আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, দেশজুৰি উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ডিজিটেল ডেক্সঃ দেশজুৰি উদযাপন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অসমৰো বিভিন্ন ঠাইত অনুষ্ঠান আয়োজন প্ৰেছ দিৱসৰ। সাংবাদিক সকলক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৯৬৬ চনৰ আজিৰ দিনটোতে স্থাপন কৰা হৈছিল প্ৰেছ কাউন্সিল অব ইণ্ডিয়া আৰু তেতিয়াৰ পৰা এই দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হয়। সাংবাদিকৰ সুৰক্ষা আৰু প্ৰকৃত স্বাধীনতাৰ বাবে এই দিৱস পালন কৰা হয়।

DA News PlusNational Press Day
Comments (0)
Add Comment