ভাৰত নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি২০ চিৰিজ

ডিজিটেল ডেস্ক : ICC টি২০ বিশ্বকাপ সামৰণি পৰা মাত্ৰ তিনিদিনৰ পাছতেই ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি২০ শৃংখলা। তিনিদিনীয়া শৃংখলাখনৰ প্ৰথমখন খেল ১৭ নৱেম্বৰ অৰ্থাৎ বুধবাৰে জয়পুৰত অনুষ্ঠিত হ’ব।

ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলাটোত জয় লাভ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। দ্বিতীয় আৰু তৃতীয়খন ক্ৰমে ৰাঁচী আৰু কলিকতাত অনুষ্ঠিত হ’ব। আহিবলগীয়া টেষ্ট শৃংখলাত নিজৰ প্ৰদৰ্শন উন্নত কৰিবৰ বাবে আলহী দলটোৰ অধিনায়ক কেন উইলিয়ামচন টি২০ শৃংখলাৰ পৰা বিৰত থাকিব।

DaNewsPlusIndiaNewzealandSportsNewsT20Series
Comments (0)
Add Comment