T20 বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়

ডিজিটেল ডেক্সঃ T20 বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়। গ্ৰুপ পৰ্যায়ৰ চতুৰ্থখন খেলত বৃহৎ জয় ভাৰতৰ। কোহলী বাহিনীয়ে ৮ উইকেটত পৰাস্ত কৰে স্কটলেণ্ডক।

টছত জিকি ভাৰতে লয় বলিঙৰ সিদ্ধান্ত। প্ৰথমে বেট ধৰি ৮৫ ৰানত অলআউট স্কটলেণ্ড। ৬.৩ অভাৰতে বিজয় লক্ষ্যত উপনীত ভাৰত।

কে এল ৰাহুলৰ বিস্ফোৰক অৰ্ধশতক।খেলখনত ছামি আৰু জাদেজাৰ ৩টাকৈ উইকেট দখল কৰে।

DA News PlusIndiaT-20Team
Comments (0)
Add Comment