উভয়ৰে সন্মতি থাকিলে শাৰীৰিক সম্পৰ্ক নহয় অপৰাধ

ডিজিটেল ডেস্কঃ প্ৰাপ্তবয়স্কৰ মাজত শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়৷ উভয়ৰে সন্মতি থাকিলে এনে সম্পৰ্ক অপৰাধ নহয় বুলি ৰায় দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়খনে এই ৰায় দিলেও লগতে উল্লেখ কৰিছে যে এনে সম্পৰ্ক অপৰাধ নহয় যদিও দেশৰ প্ৰচলিত সামাজিক ধাৰণাৰ ই বিৰোধী৷ সেয়ে নীতিগতভাৱে এনে সম্পৰ্ক ঠিক নহয়৷ গণধৰ্ষণৰ এটা গোচৰৰ শুনানিত এই ৰায় দিয়ে উচ্চ ন্যায়ালয়খনে৷

AllahabadCourtDA News PlusIndia
Comments (0)
Add Comment