আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭সংখ্যক মৃত্যু দিৱস,দেশৰ বিভিন্ন ঠাইত স্মৰণ

ডিজিটেল ডেস্কঃ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি ৩৭সংখ্যক মৃত্যু দিৱস ৷ ১৯৮৪ চনত আজিৰ দিনটোতে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ইন্দিৰা গান্ধীয়ে ৷

দেওবাৰে দেশৰ বিভিন্ন ঠাইত স্মৰণ কৰা হৈছে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক ৷ দিল্লীত ইন্দিৰা গান্ধীৰ সমাধিস্থলী শক্তিস্থলত দেওবাৰে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতৃবৰ্গই শ্ৰদ্ধাঞ্জলি জনায় প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক।

DA News PlusIndira Gandhi
Comments (0)
Add Comment