ৰাষ্ট্ৰীয় কুংফু স্কুল গেমছ প্ৰতিযোগিতাত অসমৰ দলৰ অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় কুংফু স্কুল গেমছ প্ৰতিযোগিতাত অংশগ্ৰহণ অসমৰ দলৰ ৷ কুংফু স্পৰ্ট এছ’ছিয়েছনৰ উদ্যোগত ৫০জনীয়া এটা দলে অংশগ্ৰহণ কৰিব পুনেত অনুষ্ঠিত হব লগা কংফু প্ৰতিযোগিতাত ৷ আছাম স্পৰ্টছ কংফু এছ’ছিয়েচনৰ সভাপতি চিফু ৰাজকুমাৰ আৰু সাধাৰণ সম্পাদক আজাৰুল ৰহমানৰ নেতৃত্বত পুনেলৈ ৰাওনা দলটো ৷

২৫ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷ এই খেলত ৩০টাকৈ পদক লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ দলটোৰ ৷

DA News Plus
Comments (0)
Add Comment