প্ৰাক্তন ক্ৰিকেট তাৰকা যুৱৰাজ সিঙক আদালতৰ জামিন

ডিজিটেল ডেক্সঃ বৰ্ণ বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন ক্ৰিকেট তাৰকা যুৱৰাজ সিঙক জামিন দিয়া হৈছে৷ হাৰিয়ানাৰ হিছাৰৰ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ পিছত জামিন দিয়া হয় যুৱৰাজ সিঙক৷

যোৱাবছৰ ইনষ্টাগ্ৰামৰ এটা লাইভ ভিডিঅ’ত যুৱৰাজে ভাৰতীয় দলৰ লেগ স্পিনাৰ যুযবেন্দ্ৰ চাহাল সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল৷ ইয়াৰ পিছতে যোৱা ফেব্ৰুৱাৰীত হাৰিয়ানাৰ এজন দলিত সমাজকৰ্মীয়ে যুৱৰাজক গ্ৰেপ্তাৰৰ দাবী জনাই এজাহাৰ দাখিল কৰিছিল৷

CricketDA News PlusReleasedYuvraj Singh
Comments (0)
Add Comment