IPLত KKRক হৰুৱালে পঞ্জাব কিংছে, ১৯.৩ অভাৰত লক্ষ্যত উপনীত পঞ্জাব কিংছ

ডিজিটেল ডেক্সঃ IPLৰ ৪৫সংখ্যক মেচত পঞ্জাব কিংছৰ জয়লাভ ৷ KKRক পাঁচ উইকেটত পৰাস্ত কৰিলে পাঞ্জাব কিংছে৷

প্ৰথমে বেটিং কৰি KKR-এ ৭ উইকেটত সংগ্ৰহ কৰে ১৬৫ ৰান ৷ প্ৰত্যুত্তৰত পাঞ্জাব কিংছে ১৯.৩ অভাৰত ৫ উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে মেচখনত ৷

DA_News_PlusKKRPanjab Kings
Comments (0)
Add Comment