দিল্লীত আৰক্ষীৰ জালত ISIৰ আশীসধন্য ৬ সন্ত্ৰাসবাদী

ডিজিটেল ডেক্সঃ দিল্লীত ISIৰ আশীসধন্য ৬ সন্ত্ৰাসবাদী আৰক্ষীৰ জালত ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত এই সফলতা ৷ আগন্তুক উৎসৱৰ বতৰত কূটাঘাতৰ অভিসন্ধি ৰচিছিল সন্ত্ৰাসবাদীৰ দলটোৱে ৷

ইপিনে, ভিন্ন প্ৰান্তত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে ৷ দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশক ৰক্তাক্ত কৰাৰ অভিসন্ধি ৷ দুটা IED, এক কিলোগ্ৰাম আৰ ডি এক্স, এটা পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত দুই সন্ত্ৰাসবাদীয়ে কিছুদিন পূৰ্বে পাকিস্তানত লৈছিল প্ৰশিক্ষণ ৷

ArrestedDA News PlusDelhiISIPoliceTerrorist
Comments (0)
Add Comment