জম্মু কাশ্মীৰৰ পুলৱামাত গ্ৰেনেড বিস্ফোৰণ

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত সংঘটিত হৈছে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা । কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তা বাহিনীৰ বাহনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰিছিল গ্ৰেনেড ।

অৱশ্যে গ্ৰেনেডটো বাহন খনৰ পৰিৱৰ্তে পথৰ কাষতে বিস্ফোৰিত হৈছে। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিছে নিৰাপত্তা বাহিনীৰ দলটো। এই ঘটনাত দুজনলোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

DA News Plusjammu kashmir blastpulwama grened blast
Comments (0)
Add Comment