শিক্ষক পৰ্ব অনুষ্ঠানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

ডিজিটেল ডেস্কঃ শুভাৰম্ভ হ’ল শিক্ষক পৰ্ব অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিলে এই অনুষ্ঠানৰ। শিক্ষাখণ্ডৰ কেইবাটাও বিশেষ আঁচনি মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে অংশ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে, এই অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষকসকলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

DA News PlusNarendra Modi
Comments (0)
Add Comment