পৱিত্ৰ ৰাখী বন্ধনৰ দিনা ভাতৃ সুশান্তক স্মৰণ ভগ্নী শ্বেতাৰ

ডিজিটেল ডেক্সঃ আজিপৱিত্ৰ ৰাখী বন্ধন। প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই ভাতৃ-ভগ্নীৰ পৱিত্ৰ বান্ধেন অক্ষুণ্ণ ৰাখিছে। তেনে এক পৱিত্ৰ ক্ষণতভাতৃ সুশান্তক স্মৰণ ভগ্নী শ্বেতাৰ। ভগ্নী শ্বেতা সিং কীৰ্তিয়ে সুশান্তৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি আবেগিক হৈ পৰে।

ভাতৃ সুশান্তৰ অবিহনে শ্বেতাৰ বাবে এয়া দ্বিতীয় ৰাখী বন্ধন। শ্বেতাৰ পোষ্ট দেখি সুশন্তৰ অনুৰাগীসকলো আৱেগিক হৈ পৰে।উল্লেখযোগ্য যে, বিগত বৰ্ষত মুম্বাইৰ বান্দ্ৰাস্হিত এপাৰ্টমেন্টত অভিনেতাজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। বৰ্তমানেও তেওঁৰ মৃত্যুৰ সন্দৰ্ভত চি বি আই তদন্ত অব্যাহত আছে।

DA News PlusMemorySushant Singh Rajput
Comments (0)
Add Comment