শ্বীনা বৰাৰ হত্যাকণ্ডৰ অনুসন্ধান বন্ধ কৰাৰ সিদ্ধান্ত চিবিআইৰ

ডিজিটেল ডেক্সঃ অৱশেষত শ্বীনা বৰাৰ হত্যাকণ্ডৰ অনুসন্ধান বন্ধ কৰাৰ সিদ্ধান্ত চিবিআইৰ। তদন্তকাৰী সংস্থা চিবিআইয়ে এক বিশেষ আদালতক বিগত ২০১২ চনৰ হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। ইতিমধ্যে চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ বিৰুদ্ধে দুখন পৰিপূৰক অভিযোগনামাসহ তিনিখন অভিযোগপত্ৰ দাখিল কৰি গোচৰ প্ৰক্ৰিয়াটো বিচাৰ কৰিবলৈ কৈছে চিবিআইয়ে।

উল্লেখ্য যে, ২০১২ চনত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ইফালে, তিনি মাহ পিছত শ্বীনা বৰা হত্যাকাণ্ডৰ জড়িতৰ অভিযোগত পিটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰা হয়।

CBIDA News PlusOver the caseShina Bora Murder Case
Comments (0)
Add Comment