ত্ৰিপুৰাত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ ২ BSF জোৱান

ত্ৰিপুৰাত নিৰাপত্তা বাহিনীৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ। উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ দুজন BSF জোৱান। উগ্ৰপন্থী সংগঠন NLFTৰ আক্ৰমণত ছহিদ জোৱান দুজন।

ত্ৰিপুৰাৰ ধলাইত ভাৰত-বাংলা সীমান্তত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ছহিদ জোৱান দুজন ভুৰু ছিং আৰু ৰাজ কুমাৰ বুলি জানিব পৰা গৈছে। ইফালে অঞ্চলটোত অব্যাহত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান।

BSFDA News PlusMartyrTripura
Comments (0)
Add Comment