৫.২ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল

ডিজিটেল ডেক্স, ইণ্ডোনেছিয়া: নিশা ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়াক। ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.২। ইণ্ডোনেছিয়াৰ গৰন্তালুৰ পৰা ১৬০ কিলোমিটাৰত ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি, ভূগৰ্ভৰ ৬১ কিঃমি তলত উৎপত্তি হয় ভূমিকম্পটো। বৰ্তমানলৈ একো ক্ষয়-ক্ষতিৰ কথা জানিব পৰা হোৱা নাই।

DA News PlusEarthquakeIndonesea
Comments (0)
Add Comment