- ৰাজ্যত বলৱৎ নহয় লকডাউন।
- বৃদ্ধি কৰা হ’ল সান্ধ্য আইনৰ সময়সীমা।
- ৫ জুনলৈ বাহাল থাকিব ক’ভিড নিৰ্দেশনা।
- গ্ৰামাঞ্চলত বৃদ্ধি সান্ধ্য আইনৰ সময়।
- ১ বজাতে বন্ধ কৰিব লাগিব গ্ৰমাঞ্চলৰ দোকান-পোহাৰ।
- দিনৰ ২ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।
- পূৰ্বে বিয়লি ৫ বজাৰ পৰা আছিল এই সময়।
- চহৰাঞ্চলত একেই থাকিব ক’ভিড নিৰ্দেশনা।
- দিনৰ ১১ বজাতে বন্ধ হ’ব দোকান-পোহাৰ।
- দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।