- ৰাজ্যত পুনৰ ক’ভিডত মৃত্যু ৮১গৰাকীৰ।
- মৃত্যুৰ সংখ্যা বাঢ়িলেও কমিছে সংক্ৰমণ।
- ২৪ ঘণ্টাত ৫.৮৮লৈ হ্ৰাস আক্ৰান্তৰ হাৰ।
- শুকুৰবাৰে ৰাজ্যত আক্ৰান্ত ৬,০৬৬গৰাকী।
- আক্ৰান্তসকলৰ ৯০৭জন কামৰূপ মেট্ৰ’ৰ।
- শুকুৰবাৰে ১,০৩,১৫৮জনৰ ক’ভিড টেষ্ট।
- দিনটোত ক’ভিডমুক্তৰ হাৰ ৮৪.২২ শতাংশ।