বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২,৬৩,৫৩৩ গৰাকী

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,৬৩,৫৩৩। সোমবাৰে দেশত ৪,৩২৯ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৪,২২,৪৩৬গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৫২,২৮,৯৯৬ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,১৫,৯৬,৫১২গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৭৮,৭১৯গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৩,৫৩,৭৬৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment