দেশত ক’ৰোনাৰ সংহাৰ অব্যাহত

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৪৩,১৪৪। বৃহস্পতিবাৰে দেশত ৪,০০০ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৪৪,৭৭৬ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৪০,৪৬,৮০৯ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,০০,৭৯,৫৯৯গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৬২,৩১৭ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৭,০৪,৮৯৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment